ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ পলাতক ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

পলাতক   বিশেষ্য

ಅರ್ಥ : পলাই যোৱা লোক

ಉದಾಹರಣೆ : পুলিচে পলাতকক বিচাৰি ফুৰিছে

ಸಮಾನಾರ್ಥಕ : পলায়নকাৰী, পলৰীয়া

পলাতক   বিশেষণ

ಅರ್ಥ : পলাই যোৱা

ಉದಾಹರಣೆ : পুলিচে পলাতক অপৰাধীৰ তালাচী চলাই আছে

ಸಮಾನಾರ್ಥಕ : পলায়নকাৰী, পলায়িত, পলৰীয়া, ফেৰাৰ

ಅರ್ಥ : পলায়ন কৰোতা

ಉದಾಹರಣೆ : সেনাপতিয়ে যুদ্ধৰ পৰা পলৰীয়া সৈনিকবোৰক গুলী মাৰিলে

ಸಮಾನಾರ್ಥಕ : পলায়নকাৰী, পলায়নশীল, পলায়িত, পলৰীয়া

ಅರ್ಥ : যি নিজৰ পতি বা পত্নীক এৰিছে আৰু চোৱাচিতা কৰিবলৈ এৰি দিছে

ಉದಾಹರಣೆ : তেওঁ পলাতক ব্যক্তিৰ পৰা নিজৰ অধিকাৰ নিশ্চয় বিচাৰিব লাগে

ಅರ್ಥ : যি সেৱাৰ প্রতি অনীহা দেখুৱায় বা সেৱা নকৰি পলাই গুচি যায় (বিশেষভাৱে সৈন্যবাহিনীৰ সেৱা)

ಉದಾಹರಣೆ : ৰজাই পলাতক সৈনিকবোৰক প্ৰাণদণ্ড বিহাৰ ঘোষণা কৰিলে