ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ভয় খাই বিপদজনক ঠাইৰ পৰা বা নিজৰ ্ কর্তব্য আদিৰ পৰা বিমুখ হৈ আৰু লোকচক্ষুৰ পৰা আঁৰ হৈ গুচি যোৱা
ಉದಾಹರಣೆ : কয়দীজন জেলৰ পৰা পলাই গʼল
ಸಮಾನಾರ್ಥಕ : পলায়ন কৰা, পলোৱা
ಅರ್ಥ : পৰ-পুৰষৰ সৈতে স্ত্রী গুচি যোৱা কার্য
ಉದಾಹರಣೆ : সীমা মোৰ ড্রাইভাৰটোৰ লগত পলাল
ಸಮಾನಾರ್ಥಕ : পলাল, ভাগি যোৱা
ಅರ್ಥ : মনে মনে গুচি যোৱা
ಉದಾಹರಣೆ : সি মোৰ টকা-পইচা লৈ পলাই গʼল
ಸಮಾನಾರ್ಥಕ : উধাও হোৱা
ಸ್ಥಾಪನೆ