ಅರ್ಥ : উলহ-মালহেৰে পালন কৰা কোনো ডাঙৰ জাতীয়, ধার্মিক বা সামাজিক মাঙ্গলিক বা শুভ কার্য
ಉದಾಹರಣೆ :
স্বাধীনতা দিৱস আমাৰ ৰাষ্ট্রীয় উৎসৱ
ಸಮಾನಾರ್ಥಕ : উছৱ, উৎসৱ, পৰব, ্উৎসৱ-পার্বণ
ಅರ್ಥ : ৰাজনৈতিক বা সামাজিক জীৱনৰ সৈতে সম্বন্ধযুক্ত কোনো বিধান বা নিয়ম
ಉದಾಹರಣೆ :
বিবাহ হিন্দু সংস্কৃতিৰ ্ এক ধর্মীয় অনুষ্ঠান
ಸಮಾನಾರ್ಥಕ : অনুষ্ঠান, অনুষ্ঠান-পর্ব, পৰব, ্সকাম
ಅರ್ಥ : কোনো কাম এবাৰ আৰম্ভ হৈ নির্দিষ্ট সময়লৈকে সমানভাৱে চলি থকা সময়ৰ এক পৰিমাপ
ಉದಾಹರಣೆ :
বিদ্যালয়ৰ বর্ষাঙ্ক শেষ হʼবলৈ আৰু বেছি দিন নাই
ಸಮಾನಾರ್ಥಕ : বর্ষাঙ্ক