ಅರ್ಥ : যিজন সৈনিকৰ ওচৰত ্ ঘোঁৰা বা কোনো বাহন নাথাকে
ಉದಾಹರಣೆ :
সেনা অভিযানৰ সময়ত শত্রুপক্ষৰ শ-শ পদাতিক সৈন্য হতাহত হৈছিল
ಸಮಾನಾರ್ಥಕ : পদাতিক সেনা
ಅರ್ಥ : দাবাখেলত থকা গুটিসমূহৰ মাজৰ আঠটা গুটি বিশিষ্ট সংখ্যা যাৰ মান সকলোতকৈ
ಉದಾಹರಣೆ :
দাবাখেলত পদাতিক সৈন্য সদায় পোনে পোনে তথা বেঁ্কাকৈ যায়
ಅರ್ಥ : ভৰিৰে খোজকাঢ়ি যুদ্ধ কৰা সৈনিক
ಉದಾಹರಣೆ :
প্রাচীনকালৰ যুদ্ধত পদাতিকৰ যথেষ্ট প্রভাৱ আছিল
ಸಮಾನಾರ್ಥಕ : পদাতি, পদাতিক সেনা