ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : লক্ষ্যত উপনীত হʼবলৈ কৰা কাম বা চেষ্টা
ಉದಾಹರಣೆ : এই কামটো সহজতে হʼবৰ বাবে কিবা এটা উপায় কওক
ಸಮಾನಾರ್ಥಕ : উপায়, পন্থা, মার্গ, ্সাধন
ಅರ್ಥ : গন্তব্য স্থানত পাবৰ কাৰণে মাজতে পৰা সেই ভূ-ভাগ যাৰ সহায়ত লক্ষ্য স্থান প্রাপ্তিৰ কাৰণে যাবলগীয়া হয়
ಉದಾಹರಣೆ : এই পথটো চিধা মোৰ ঘৰলৈকে গৈছে
ಸಮಾನಾರ್ಥಕ : বাট, মার্গ, ৰাস্তা
ಅರ್ಥ : গন্তব্য স্থান পাবলৈ বা কʼৰবালৈ আগবাঢ়িবলৈ যিফালে যোৱা যায়
ಉದಾಹರಣೆ : উৰা জাহাজৰো নির্দিষ্ট পথ আছে
ಸಮಾನಾರ್ಥಕ : বাট, মার্গ, ্ ৰাস্তা
ಅರ್ಥ : কোনো সাধন, প্রকাৰ আদি যাৰ অৱলম্বনত কোনো কামৰ ভালদৰে বা সম্পূর্ণ কৰিবৰ কাৰণে কৰা হয়
ಉದಾಹರಣೆ : আহাৰ মুখ বিবৰেদি পেটলৈ যায়
ಸಮಾನಾರ್ಥಕ : বিবৰ, মার্গ, ্ৰাস্তা
ಸ್ಥಾಪನೆ