ಅರ್ಥ : যি গৰাকী স্ত্রীৰ স্বামী ঢুকাইছে
ಉದಾಹರಣೆ :
মেজৰ ৰণবীৰক মৰণোত্তৰভাৱে প্রদান কৰা পৰমবীৰ চক্র সন্মান তেওঁৰ বিধৱা পত্নীয়ে গ্রহণ কৰিলে
ಸಮಾನಾರ್ಥಕ : বাঁৰী, বিধৱা, স্বামীহীনা
ಅರ್ಥ : যাৰ স্বামীৰ মৃত্যু হৈছে
ಉದಾಹರಣೆ :
বাৰাণসীৰ বিধবা আশ্রমত থকা বিধবা স্ত্রীসকলৰ অৱস্থা বৰ দুখজনক
ಸಮಾನಾರ್ಥಕ : বাঁৰী, বিধবা, স্বামীহীনা