ಅರ್ಥ : যিজনে অধ্যয়ন কৰে
ಉದಾಹರಣೆ :
ভাল অধ্যয়নকাৰীয়ে যিকোনো বিষয়ৰ অধ্যয়ন খৰচিমাৰি কৰে
ಸಮಾನಾರ್ಥಕ : অধ্যয়ন কর্তা, অধ্যয়নকাৰী
ಅರ್ಥ : পঢ়িব পৰা ব্যক্তি
ಉದಾಹರಣೆ :
পঢ়ুৱৈসকলক আলোচনীখন সন্দর্ভত ্মতামত আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ
ಸಮಾನಾರ್ಥಕ : পাঠক