ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ পঢ়া ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

পঢ়া   বিশেষ্য

ಅರ್ಥ : কিতাপ বা লিখনি আদিত লিখিত কথা বা বিষয় চোৱা বা পঢ়া কার্য

ಉದಾಹರಣೆ : ৰামে বেদ পাঠ কৰি আছে

ಸಮಾನಾರ್ಥಕ : পঠন, পাঠ কৰা

পঢ়া   ক্ৰিয়া

ಅರ್ಥ : লেখা বা লিখিত শ্্ব্দৰ উচ্চাৰণ কৰা কার্যএ

ಉದಾಹರಣೆ : মোহিতে দেউতাকৰ পত্র পঢ়ি আছে

ಅರ್ಥ : কাৰোবাক শুনাবৰ কাৰণে বা স্মৰণশক্তিৰে বা কিতাপ আদিৰ পৰা মন্ত্র, কবিতা আদি কোৱা

ಉದಾಹರಣೆ : জাহ্নৱীয়ে আদি শংকৰাচার্যৰ ভজগোবিন্দম স্বামীজীৰ আগত পঢ়িলে

ಅರ್ಥ : কিতাপ বা ৰচনা আদিত লিখিত কথাৰ জ্ঞান লাভ কৰিবলৈ তাক চকু ফুৰোৱা কার্য

ಉದಾಹರಣೆ : আমি ভ্রমণ কৰা সময়ত কাকত-আলোচনী পঢ়ো

ಅರ್ಥ : শিক্ষা বা জ্ঞান লাভৰ কাৰণে গ্রন্থ আদি বহুবাৰ পঢ়া কার্য

ಉದಾಹರಣೆ : পৰীক্ষাৰ আগত তেওঁ সকলো বিষয় ভালদৰে পঢ়িছে

ಸಮಾನಾರ್ಥಕ : অধ্যয়ন কৰা

ಅರ್ಥ : শিক্ষা গ্রহণ কৰা

ಉದಾಹರಣೆ : বিয়া হৈ যোৱাৰ পিছতো শীলাি পঢ়ি আছে

ಸಮಾನಾರ್ಥಕ : পঢ়াশুনা কৰা