ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিজনক কোনো বিশেষ গুণ আদিৰ কাৰণে কাৰোবাৰ ভাল লাগে
ಉದಾಹರಣೆ : শচীনক মই পচন্দ কৰোঁ
ಸಮಾನಾರ್ಥಕ : পচন্দ
ಅರ್ಥ : মনৰ ভাল লগা ভাব
ಉದಾಹರಣೆ : তেওঁ নিজৰ ৰুচি অনুসৰিহে কোনো কাম কৰে
ಸಮಾನಾರ್ಥಕ : অভিৰুচি, ইচ্ছা, ৰুচি
ಅರ್ಥ : যাৰ প্রতি মৰম ওপজে বা যিজন অতি মৰমৰ
ಉದಾಹರಣೆ : এইখন মোৰ অতি প্রিয় গ্রন্থ
ಸಮಾನಾರ್ಥಕ : অভিৰুচি, প্রিয়, ভাল লগা, ৰুচি
ಸ್ಥಾಪನೆ