ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ পক্ষ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

পক্ষ   বিশেষ্য

ಅರ್ಥ : এটা মাহক পোন্ধৰ দিনকৈ কৰা দুটা ভাগৰ এটা ভাগ

ಉದಾಹರಣೆ : কৃষ্ণপক্ষৰ অষ্টমী তিথিত ভগৱান কৃষ্ণৰ জন্ম হৈছিল

ಅರ್ಥ : চৰাই, কিছুমান পতংগ আদিৰ উৰিবলৈ সহায়ক হোৱা অংগ

ಉದಾಹರಣೆ : চিকাৰীজনে তৰোৱালেৰে চৰাইটোৰ দুয়োখন ডেউকা কাটি দিলে

ಸಮಾನಾರ್ಥಕ : ডানা, ডেউকা, ডৌকা, পখা, পাখি

ಅರ್ಥ : কোনো বস্তুৰ বিষয়ৰ ্অন্তর্গত ্এটা বিষয় যাৰ পৃথকে পৃথকে বিচাৰ কৰিব পৰা যায় বা বিচাৰ কৰাৰ প্রয়োজন আছে

ಉದಾಹರಣೆ : ভাৰতীয় ্অর্থব্যৱস্থাৰ বিভিন্ন দিশত ভালদৰে বিচাৰ বিবেচনা হোৱাটো আৱশ্যক

ಸಮಾನಾರ್ಥಕ : অংশ, দিশ, বিভাগ

ಅರ್ಥ : কোনো বিশেষ মতৰ সমর্থন ্কৰা লোকৰ সমূহ

ಉದಾಹರಣೆ : আপুনি কোন দলৰ প্রতিনিধিত্ব কৰিছে

ಸಮಾನಾರ್ಥಕ : দল, পার্টী

ಅರ್ಥ : যিজন ব্যক্তিয়ে ন্যায়িক তদন্তত ভাগ লয়

ಉದಾಹರಣೆ : আজি আদালতত প্রথমটো পার্টী অনুপস্থিত আছিল

ಸಮಾನಾರ್ಥಕ : পার্টী

ಅರ್ಥ : যাৰ আন কাৰোবাৰ সৈতে বিৰোধ হৈছে বা হʼব পাৰে তেনেধৰণৰ কথা কোনোৱে প্রমাণ কৰিব বিচাৰা অৱস্থা

ಉದಾಹರಣೆ : আপুনি প্রথমে নিজৰ পক্ষ ন্যায়াধীশৰ আগত

ಅರ್ಥ : কোনো বিশেষ বিষয়ৰ দুটা বা ততোধিক বিৰোধী তত্ত্ব, সিদ্ধান্ত অথবা দলত বিভক্ত কোনোটোৰ এটা

ಉದಾಹರಣೆ : আপুনি কোনটো পক্ষত আছে ?