ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ পকোৱা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

পকোৱা   ক্ৰিয়া

ಅರ್ಥ : কোনো এবিধ বস্তুৰ ওপৰত আন এবিধ বস্তুৰে তৰপ দিয়া কার্য

ಉದಾಹರಣೆ : মিঠাইৰ টেমাৰ ওপৰত কাগজ মেৰিয়াই দিয়া

ಸಮಾನಾರ್ಥಕ : ঘূৰোৱা, জপোৱা, নুৰিওৱা, মেৰিওৱা

ಅರ್ಥ : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : ঘূৰা, ঘূৰোৱা, পকা, পকাই দিয়া, মোহাৰি দিয়া, মোহৰা

ಅರ್ಥ : ফল আদি প্রস্তুত কৰা বা পকোৱা কার্য

ಉದಾಹರಣೆ : তেওঁ আম ্পকালে

ಸಮಾನಾರ್ಥಕ : পক দিয়া

ಅರ್ಥ : আহাৰ প্রস্তুত কৰা

ಉದಾಹರಣೆ : মায়ে সকলোৰে কাৰণে আহাৰ ৰান্ধিছে

ಸಮಾನಾರ್ಥಕ : পগোৱা, ৰন্ধা, ৰন্ধা-বঢ়া কৰা