ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ফল আদি পূৰঠ হোৱাৰ পিছত খোৱাৰ উপযোগী হোৱা
ಉದಾಹರಣೆ : পাচিটোৰ গোটেইবোৰ আম পকা
ಸಮಾನಾರ್ಥಕ : পৰিপক্ক হোৱা
ಅರ್ಥ : দিশ পৰিব্্র্তন ্ কৰা
ಉದಾಹರಣೆ : সি ঘৰৰ পৰা স্কুললৈ যাবলৈ ওলাই পুখুৰীৰ ফালেহে ঘূৰি গʼল
ಸಮಾನಾರ್ಥಕ : ঘূৰা, ঘূৰি যোৱা, পাক দিয়া, মূৰ লোৱা
ಅರ್ಥ : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : ঘূৰা, ঘূৰোৱা, পকাই দিয়া, পকোৱা, মোহাৰি দিয়া, মোহৰা
ಅರ್ಥ : পূৰঠ হোৱাৰ পিছত খাবলৈ উপযোগী হোৱা অৱস্থা বা পক ধৰা
ಉದಾಹರಣೆ : তেওঁ ্ পকা আম খাই আছে
ಸಮಾನಾರ್ಥಕ : পৰিপক্ক
ಅರ್ಥ : কোনো কাম কৰাৰ বাবে যিজন বিশেষভাৱে যোগ্য
ಉದಾಹರಣೆ : অর্জুন ধনুবিদ্যাত নিপুণ আছিল
ಸಮಾನಾರ್ಥಕ : অভিজ্ঞ, অভ্যস্ত, কার্যকুশল, কুশল, দক্ষ, নিপুণ, পক্ক, পটু, পাকৈত, পার্গত, পাৰঙ্গত, প্রবীণ, পৰিপক্ক, বিচক্ষণ, সিদ্ধহস্ত
ಅರ್ಥ : পুঁজেৰে ভৰি থকা
ಉದಾಹರಣೆ : গেলা ফোঁহাটো সদায় চফা কৰা উচিত
ಸಮಾನಾರ್ಥಕ : গেলা
ಸ್ಥಾಪನೆ