ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ধর্মীয় বিশ্বাস অনুসৰি পাপী বা দুৰাচাৰীৰ আত্মাই শাস্তি ভোগকৰা ঠাই
ಉದಾಹರಣೆ : পাপীবিলাকে মৃত্যুৰ পিচত নৰকত স্থান পায়
ಸಮಾನಾರ್ಥಕ : জহন্নাম, দোখজ, নর্ক, যমপুৰী
ಅರ್ಥ : বহুত লেতেৰা বা কষ্টকৰ ঠাই
ಉದಾಹರಣೆ : সন্ত্রাসবাদৰ কৱলত পৰি এই চহৰখন আমাৰ কাৰণে নৰক হৈ পৰিছে
ಸಮಾನಾರ್ಥಕ : জহন্নাম
ಸ್ಥಾಪನೆ