ಅರ್ಥ : যি দেখিবলৈ আকর্ষণীয় বা যাৰ অৱয়ব ভাল:তেওঁৰ ্ লʼৰাটো বৰ ধুনীয়া
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : চকু জুৰোৱা, চকুত চমকল লগোৱা, চকুত লগা, দেখনিয়াৰ, ধুনীয়া, নয়নাভিৰাম, বিতোপন, মোহনীয়া, সুন্দৰ, সোণাৰি-গঢ়ী, ৰূপহ
ಅರ್ಥ : যিয়ে চকুত আনন্দ দিয়ে বা ভাল লগায়
ಉದಾಹರಣೆ :
পথটোৰ দৃশ্য নয়নাভিৰাম আছিল
ಸಮಾನಾರ್ಥಕ : চকু জুৰোৱা, চকুত চমক লগোৱা, নয়নাভিৰাম