ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ন্যায় ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ন্যায়   বিশেষ্য

ಅರ್ಥ : আদালতত দোষী আৰু নির্দোষী বা অধিকাৰী আৰু অনধিকাৰী আদিৰ বিচাৰপূর্বক নি্র্ধাৰণ

ಉದಾಹರಣೆ : আধুনিক যুগত ন্যায়ও বিক্রী হয়

ಸಮಾನಾರ್ಥಕ : ন্যায়-বিচাৰ

ಅರ್ಥ : ছয় দর্শনৰ ভিতৰত এক ্দর্শন ্বা যি শাস্ত্রত কোনো বস্তুৰ যথার্থ ্জ্ঞানৰ বাবে মত বা বিচাৰৰ উচিত বিবেচন হয়

ಉದಾಹರಣೆ : পণ্ডিত ৰমাশঙ্কৰ ন্যায়ৰ বৰ ডাঙৰ জ্ঞাতা আছিল

ಸಮಾನಾರ್ಥಕ : ন্যায় দর্শন, ন্যায়-দর্শন, ন্যায়দর্শন, ন্যায়শাস্ত্র

ಅರ್ಥ : যি কথা উচিত বা নিয়মৰ অনুকূলে হয়

ಉದಾಹರಣೆ : ভগৱানে ইমান ন্যায়পৰায়ণ মানুহজনৰ লগতো ন্যায় নকৰিলে