ಅರ್ಥ : চৰকাৰে প্রচলন কৰা এক বিশেষ ধৰণৰ কাগজ যʼত টকাৰ সংখ্যা ছপা কৰা থাকে আৰু যাক টকাৰ মুদ্রাৰ সমৰূপত চলোৱা হয়
ಉದಾಹರಣೆ :
তেওঁ ্ মোক এশ এশকৈ নোটবোৰ দেখুৱাই আছিল
ಅರ್ಥ : কোনো ব্যাখ্যা আদিৰ সংক্ষিপ্ত আলেখ্য
ಉದಾಹರಣೆ :
তুমি মোক সেইদিনাৰ পাঠদানৰ নোটখিনি দিব পাৰিবানে ?
ಸಮಾನಾರ್ಥಕ : টোকা
ಅರ್ಥ : মনত ৰাখিবৰ বাবে লিখি বা ওলমায় ৰখা বস্তু
ಉದಾಹರಣೆ :
নোটটো ফ্রিজৰ ওপৰত লগায় দিবা
ಸಮಾನಾರ್ಥಕ : টোকা