ಅರ್ಥ : যি ৰাজনীতিৰ ক্ষেত্রত আগুৱাই লৈ যায়
ಉದಾಹರಣೆ :
সংসদ গৌৰৱ অক্ষুণ্ণ ৰখাটো নেতাসকলৰ হাতত আছে
ಅರ್ಥ : যিজন ব্যক্তি সকলোতে মুখ্য বা প্রধান
ಉದಾಹರಣೆ :
মোহন এই সংগঠনটোৰ প্রধান ব্যক্তি
ಸಮಾನಾರ್ಥಕ : চর্দাৰ, প্রধান ব্যক্তি
ಅರ್ಥ : কোনো ক্ষেত্র বা বিষয়ত কাৰোবাক নেতৃত্ব দিয়া লোক
ಉದಾಹರಣೆ :
বাজপেয়ী এগৰাকী ভাল নেতা
ಸಮಾನಾರ್ಥಕ : নায়ক