ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যʼত কোনো সোৱাদ নাই
ಉದಾಹರಣೆ : আজিৰ আহাৰ সেৰসেৰীয়া হৈছে
ಸಮಾನಾರ್ಥಕ : বিৰস, সেৰসেৰীয়া, সেৰেকা, সোৱাদ নোহোৱা, স্বাদহীন
ಅರ್ಥ : যিটো ৰুচিপূর্ণ নহয়
ಉದಾಹರಣೆ : এইটো আপোনাৰ কাৰণে অৰুচিকৰ কাহিনী হৈছে যদিও মই ইয়াত আনন্দ পাইছোঁ
ಸಮಾನಾರ್ಥಕ : অসাৰ, অৰুচিকৰ, ৰসহীন, ৰুচিহীন
ಸ್ಥಾಪನೆ