ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : আকাশ ৰঙৰ বা নীল বৰণৰ
ಉದಾಹರಣೆ : চিত্রকৰে প্রাকৃতিক দৃশ্যটো আঁকোতে আকাশত নীলা ৰং দিবলৈ পাহৰিলে
ಸಮಾನಾರ್ಥಕ : নীল বৰণ, নীল-ৰং, নীলত্ব, নীলা, নীলা ৰং
ಅರ್ಥ : নীলা হোৱা অৱস্থা
ಉದಾಹರಣೆ : স্বাতিৰ চকুৰ নীলাভখিনি গুচি গʼল
ಸಮಾನಾರ್ಥಕ : নীলত্ব
ಅರ್ಥ : মুকলি ঠাইত ওপৰলৈ চালে যি শূন্য মণ্ডল দেখা পোৱা যায়
ಉದಾಹರಣೆ : আকাশখন কʼলা ডাৱৰে আৱৰি আছে
ಸಮಾನಾರ್ಥಕ : অন্তৰীক্ষ, অভ্র, অম্বৰ, আকাশ, আসমান, খ, গগন, নভ, নভঃ, নভস, ব্যোম, শূন্য
ಸ್ಥಾಪನೆ