ಅರ್ಥ : তুচ্ছ বা নগণ্য হোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ :
কোনো কথাৰ কাৰণে আমি হীনতা অনুভৱ কৰিব নালাগে
ಸಮಾನಾರ್ಥಕ : উলাই, তুচ্ছজ্ঞান, তুচ্ছতা, হীনতা
ಅರ್ಥ : দুর্জন ্হোৱাৰ অৱস্থা বা ভাব
ಉದಾಹರಣೆ :
দুষ্টতাৰ পৰা আঁতৰি থাকা
ಸಮಾನಾರ್ಥಕ : অসাধুতা, দুর্জ্্নতা, দুষ্টতা, শঠতা