ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ নীচ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

নীচ   বিশেষণ

ಅರ್ಥ : ভালৰ ওলোটা বা বিপৰীত

ಉದಾಹರಣೆ : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়

ಸಮಾನಾರ್ಥಕ : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, বদ, বেয়া, মন্দ

ಅರ್ಥ : যি পাপ কৰে বা পাপ কৰোতা

ಉದಾಹರಣೆ : ধার্মিক গ্রন্থত বর্ণিত আছে যে যেতিয়া পৃথিৱীত পাপ বাঢ়ি যায়, তেতিয়া ভগৱানে অৱতাৰ ধাৰণ কৰি পাপী ব্যক্তিসকলৰ সংহাৰ কৰে

ಸಮಾನಾರ್ಥಕ : অধম, অনাচাৰী, দুষ্টাচাৰী, দুৰাচাৰী, নীতিভ্রষ্ট, পাতকী, পাপবুদ্ধি, পাপমতি, পাপাত্মা, পাপিষ্ঠ, পাপী, ্অধর্মী

ಅರ್ಥ : একেবাৰে নিম্ন বা নিকৃষ্ট মানদণ্ডৰ

ಉದಾಹರಣೆ : তোমাৰ হীন কাণ্ড-কাৰখানাত মই অতীষ্ঠ হৈ পৰিছোঁ

ಸಮಾನಾರ್ಥಕ : অধম, ইতৰ, খাখৰু, খেকাৰখোৱা, খেচ, তুচ্ছ, নীহ, হীন

ಅರ್ಥ : যি জাতি, পদ, গুণ আদিত নিম্নমানৰ

ಉದಾಹರಣೆ : উচ্চ বর্গই ্সদায় নিম্ন ্বর্গক ্প্রতাৰিত কৰে

ಸಮಾನಾರ್ಥಕ : নিম্ন