ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : উৎসাহ নোহোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ : নিৰুৎসাহৰ কাৰণে মই এই কামটো কৰিব নোৱাৰিলোঁ
ಸಮಾನಾರ್ಥಕ : অনুৎসাহ, উদ্যমহীনতা, উৎসাহহীনতা
ಅರ್ಥ : যি উদ্যমী নহয়
ಉದಾಹರಣೆ : উদ্যমহীন লোকৰ জীৱন কষ্টেৰে ভৰা
ಸಮಾನಾರ್ಥಕ : উদ্যমহীন, নিৰুদ্যমী, ভগ্নোদ্যম, হতোদ্যম
ಸ್ಥಾಪನೆ