ಅರ್ಥ : যʼত কোনো ধৰণৰ বিপদ হোৱাৰ সম্ভাৱনা নাথাকে
ಉದಾಹರಣೆ :
তেওঁ নিৰাপদ জীৱন অতিবাহিত কৰি আছে
ಅರ್ಥ : হানি নোহোৱাকৈ থকা এক স্থিতি বা পৰিস্থিতি
ಉದಾಹರಣೆ :
আন্ধাৰ হোৱাৰ আগতেই আমি এক সুৰক্ষিত ঠাইত গৈ উপনীত হʼলো
ಸಮಾನಾರ್ಥಕ : সুৰক্ষিত
ಅರ್ಥ : যʼত অনাহক আশংকা নাথাকে
ಉದಾಹರಣೆ :
নিৰাপদ ভৱিষ্যতৰ কল্পনা সকলোৱেই কৰে