ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিজন ব্যক্তি অপৰাধী নহয়
ಉದಾಹರಣೆ : পুলিচে অপৰাধীৰ ঠাইত নিৰপৰাধীক ধৰি হাজোতত থʼলে
ಅರ್ಥ : যি অপৰাধী নহয়
ಉದಾಹರಣೆ : কাশ্মীৰত সন্ত্রাসবাদীয়ে কিমান যে নির্দোষীলোকৰ প্রাণ লʼলে
ಸಮಾನಾರ್ಥಕ : অনপৰাধী, অপৰাধহীন, নির্দোষী, নিৰপৰাধ
ಅರ್ಥ : যি পাপ কৰা নাই
ಉದಾಹರಣೆ : নিষ্পাপ ব্যক্তি ্স্বর্গৰ অধিকাৰী হয় বুলি মনা হয়
ಸಮಾನಾರ್ಥಕ : নিষ্পাপ, পাপহীন, পাপৰহিত
ಸ್ಥಾಪನೆ