ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কাম আদি কৰাৰ বাবে নি্র্ধাৰণ কৰা শৈলী
ಉದಾಹರಣೆ : যদি তুমি এই ঢঙেৰে কাম কৰা তেনেহʼলে পিছত বহুত পস্তাবা
ಸಮಾನಾರ್ಥಕ : কায়দা, ঢঙ, পদ্ধতি, বিধি, শৈলী, ৰীতি
ಅರ್ಥ : ব্যৱহাৰ বা আচৰণৰ বিষয়ত নীতি, ্ধর্ম, বিধি আদিৰ জৰিয়তে নিশ্চিত কৰা ৰীতি বা প্রতিবন্ধতা
ಉದಾಹರಣೆ : আমি নিজৰ নিয়মৰ পালন কৰা উচিত
ಸಮಾನಾರ್ಥಕ : কায়দা, বাদ, সিদ্ধান্ত
ಅರ್ಥ : কোনো প্রকাৰৰ স্থিৰ কৰা ৰীতি বা ব্যৱস্থা
ಉದಾಹರಣೆ : যিকোনো সংস্থা, দেশ আদিক চলাবৰ বাবে কিছুমান নিশ্চিত নিয়ম বনোৱা হয়
ಅರ್ಥ : কোনো বিধান বা আইনী গ্রন্থৰ সেই অংশ যʼত কোনো এক অপৰাধ, বিষয় বা কামৰ বিষয়ে কোনো কথা কোৱা হৈছে বা লিখা আছে
ಉದಾಹರಣೆ : দফা ৪২০-ৰ অধীনত ঠগবাজিৰ শাস্তি বিহা হয়
ಸಮಾನಾರ್ಥಕ : দফা, ধাৰা
ಸ್ಥಾಪನೆ