ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যাৰ কোনো অর্থ ্নাথাকে
ಉದಾಹರಣೆ : তোমাৰ এই অর্থহীন প্রশ্নৰ মোৰ ওচৰত কোনো উত্তৰ নাই
ಸಮಾನಾರ್ಥಕ : অনর্থক, অর্থহীন
ಅರ್ಥ : যিটো উপযোগী নহয় বা কোনো কামত নাহে
ಉದಾಹರಣೆ : এইটো আপোনাৰ কাৰণে অনুপযোগী বস্তু অপ্রয়োজনীয় কথাত নিজৰ সময় নষ্ট নকৰিবা
ಸಮಾನಾರ್ಥಕ : অনর্থক, অনুপযোগী, অপ্রযোজ্য, অপ্রয়োজনীয়, অব্যৱহার্য, ্অলাগতিয়াল, ্বেকাৰ
ಅರ್ಥ : যাৰ কোনো ফল বা পৰিণাম নাই
ಉದಾಹರಣೆ : মই তেওঁক বুজোৱাৰ নিষ্ফল প্রয়াস কৰিলোঁ
ಸಮಾನಾರ್ಥಕ : নিষ্ফল, বিফল, ব্যর্থ
ಸ್ಥಾಪನೆ