ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : গছৰ গাৰ পৰা ওলোৱা বা পিচি উলিওৱা তৰল পদার্থ বিশেষ
ಉದಾಹರಣೆ : কিছুমান গছৰ ৰস ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়
ಸಮಾನಾರ್ಥಕ : মন্দ, ৰস
ಅರ್ಥ : ভাল গোন্ধ
ಉದಾಹರಣೆ : ফুলৰ সুগন্ধই বাগিচাখন আমোলমোলাই আছে
ಸಮಾನಾರ್ಥಕ : পৰিমল, সুগন্ধ, সুঘ্রাণ, সুবাস, সুৰভি, সৌগন্ধ, সৌৰভ, সৌৰভ্য
ಅರ್ಥ : কোনো বস্তু চেপিলে বা পিচিলে ওলোৱা তৰল পদার্থ
ಉದಾಹರಣೆ : পদিনাৰ ৰস পেটৰ কাৰণে বৰ ভাল
ಸಮಾನಾರ್ಥಕ : অর্ক, আৰক, মূল, ্সাৰ অংশ, ৰস
ಸ್ಥಾಪನೆ