ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যাৰ কোনো ধৰণৰ লোভ বা লালসা নাই
ಉದಾಹರಣೆ : প্রকৃত সাধু-সন্ত নিস্পৃহ হয়
ಸಮಾನಾರ್ಥಕ : নির্লোভ, লালসাৰহিত, লোভহীন
ಅರ್ಥ : যাৰ ইচ্ছা নাই
ಉದಾಹರಣೆ : অনিচ্ছুক ব্যক্তিৰ কোনো ধৰণৰ দুখ নহয়
ಸಮಾನಾರ್ಥಕ : অনভিলাষী, অনিচ্ছুক
ಅರ್ಥ : যি ইচ্ছুক নহয়
ಉದಾಹರಣೆ : তেওঁ এই ্কামটোৰ প্রতি অনিচ্ছুক
ಅರ್ಥ : ইচ্ছা নাইকিয়া হৈ যোৱা বা যিটো ইপ্সিত নহয়
ಉದಾಹರಣೆ : কেতিয়াবা কেতিয়াবা কোনো অবাঞ্ছিত বস্তুৰ প্রাপ্তি আনন্দদায়ক হৈ পৰে
ಸಮಾನಾರ್ಥಕ : অকাম্য, অনভিলষণীয়, অনভিলষিত, অনাকাঙ্ক্ষী, অনীপ্সিত, অপ্রত্যাশিত, অবাঞ্ছনীয়, অবাঞ্ছিত, ইচ্ছাহীন, নিবিচৰা-
ಸ್ಥಾಪನೆ