ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যাক গঢ়ি কোনো আকাৰ দিয়া হয়
ಉದಾಹರಣೆ : সীতাই বজাৰৰ পৰা মাটিৰে গঢ়া এটা গণেশৰ মূর্তি কিনিলে
ಸಮಾನಾರ್ಥಕ : আকাৰপ্রদত্ত, আৰূপিত, গঢ়া-, সজা-
ಅರ್ಥ : যিটো ৰচনা কৰা বা বনোৱা হৈছে
ಉದಾಹರಣೆ : সোতৰ শতিকাত নির্মিত তাজমহলটো শাহজাহানৰ দান
ಸಮಾನಾರ್ಥಕ : কৃত, প্রণীত, বিৰচিত, সৃজিত, সৃষ্ট, ৰচিত
ಸ್ಥಾಪನೆ