ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : এবাৰ চকু মুদিবলে যিমান সময় লাগে সিমান পৰিমাণৰ সময়
ಉದಾಹರಣೆ : পলকৰ বাবে আৰাম কৰি আগ বঢ়া যাৱক
ಸಮಾನಾರ್ಥಕ : ক্ষণিক, পলক
ಅರ್ಥ : কাল বা সময়ৰ সবাটোকৈ সৰু একক
ಉದಾಹರಣೆ : এক ক্ষণ পলৰ চাৰি ভাগৰ এভাগৰ সমান
ಸಮಾನಾರ್ಥಕ : ক্ষণ, লহমা
ಅರ್ಥ : চকুৰ পলক বা পচাৰ
ಉದಾಹರಣೆ : নিমিষত পৃথিৱী ওলট-পালট হʼব পাৰে
ಸಮಾನಾರ್ಥಕ : নিমিষ
ಸ್ಥಾಪನೆ