ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ নিচান ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

নিচান   বিশেষ্য

ಅರ್ಥ : এডাল মাৰিৰ মূৰত লগোৱা তিনিকোণীয়া বা চাৰিকোণীয়া প্রতীকসূচক কাপোৰ যাক অস্তিত্ব, সংকেত বুজাবলৈ আৰু উৎসৱ-অনুষ্ঠান আদিত ব্যৱহাৰ কৰা হয়

ಉದಾಹರಣೆ : ভাৰতৰ ৰাষ্ট্রীয় পতাকাৰ তিনিটা ৰঙৰ মাজত এটা চক্রৰ চিহ্ন আছে

ಸಮಾನಾರ್ಥಕ : ধ্বজা, পতাকা, বৈজয়ন্তী

ಅರ್ಥ : যাক কোনো সমষ্টিৰ প্রতিনিধিৰ ৰূপত আৰু তাৰ সকলো কথাৰ সূচক বা প্রতিনিধি হিচাপে গণ্য কৰা হয়

ಉದಾಹರಣೆ : সকলো ৰাষ্ট্র, ৰাজ্য বা সংস্থাৰ নিজৰ বিশেষ ধৰণৰ প্রতীক থাকে

ಸಮಾನಾರ್ಥಕ : প্রতীক

ಅರ್ಥ : যাক লক্ষ্য হিচাপে লৈ কোনো কথা কোৱা হয়

ಉದಾಹರಣೆ : তেওঁ ্মোক কিয় লক্ষ্য কৰি কথাখিনি কʼলে !

ಸಮಾನಾರ್ಥಕ : লক্ষ্য

ಅರ್ಥ : দেখা দিয়া বা বোধগম্য হোৱা এনে কিছুমান লক্ষণ যাৰ যোগেদি কোনো বস্তু চিনিব পাৰি বা কোনো কথাৰ কিছু প্রমাণ পোৱা যায়

ಉದಾಹರಣೆ : ৰেডক্রছ চিকিৎসা জগতৰ এক গুৰুত্ত্বপূর্ণ চিহ্ন

ಸಮಾನಾರ್ಥಕ : চিন, চিহ্ন, প্রতীক, সংকেত

ಅರ್ಥ : নিজে নিজে হৈ থকা বা বস্তুৰ সম্পর্ক, সংঘর্ষ বা হেঁ্চাত পৰি হোৱা দাগ

ಉದಾಹರಣೆ : মৰুভূমিত ঠায়ে-ঠায়ে উটৰ ভৰিৰ চাপ দেখা পোৱা গৈছে

ಸಮಾನಾರ್ಥಕ : চাপ, চিন, চিহ্ন

ಅರ್ಥ : কোনো ঠাইত থকা বা লগা চিন:কেবাবাৰ ধোৱাৰ পিচতো এই কাপোৰখনত লগা দাগটো নগʼল

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : চেক, চেকা, দাগ, দাগী, ধাব্বা

ಅರ್ಥ : যাক ধ্যানত ৰাখি কোনো আঘাত বা প্রহাৰ কৰা হয়

ಉದಾಹರಣೆ : অর্জুনৰ ্বাণ সদায় লক্ষ্যত স্থিৰ আছিল

ಸಮಾನಾರ್ಥಕ : লক্ষ্য

ಅರ್ಥ : কোনো বস্তু আদিক লক্ষ্য কৰি তাজৰ ওপৰত আঘাত কৰা কার্য

ಉದಾಹರಣೆ : চিকাৰী নিচান ব্যর্থ হʼল