ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া
ಉದಾಹರಣೆ : আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল
ಸಮಾನಾರ್ಥಕ : দলিওৱা, পেলাই দিয়া, ভৰোৱা
ಅರ್ಥ : জোৰেৰে কোনো বস্তু আঁতৰোৱা বা দূৰলৈ পঠিওৱা
ಉದಾಹರಣೆ : ডাষ্টবিনত জাবৰ পেলোৱা হয়
ಸಮಾನಾರ್ಥಕ : দলিওৱা, দলিয়া, পেলোৱা
ಸ್ಥಾಪನೆ