ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিটো স্পর্শ ্ কৰা ঠিক নহয় বা যোগ্য নহয়
ಉದಾಹರಣೆ : শিক্ষাহীনতাৰ কাৰণে আজিও গ্রামাঞ্চলত অনুসূচিত জাতি আৰু জনজাতিক অস্পৃশ্য গণ্য কৰা হয়
ಸಮಾನಾರ್ಥಕ : অচ্ছুৎ, অস্পৃশ্য, পতিত
ಅರ್ಥ : যি প্রবল নহয়
ಉದಾಹರಣೆ : যত্ন কৰিলে অধমজনো প্রবল হʼব পাৰে মোৰ বুদ্ধি কম
ಸಮಾನಾರ್ಥಕ : অধম, অপ্রবল, কম, প্রবলতাহীন, বেয়া, মন্দ
ಅರ್ಥ : ভালৰ ওলোটা বা বিপৰীত
ಉದಾಹರಣೆ : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
ಸಮಾನಾರ್ಥಕ : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নীচ, বদ, বেয়া, মন্দ
ಸ್ಥಾಪನೆ