ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ নামঞ্জুৰ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

নামঞ্জুৰ   বিশেষ্য

ಅರ್ಥ : কোনো কামত বা কথাত মানা কৰা

ಉದಾಹರಣೆ : ন্যায়ালয়ৰ আদেশ অনুসৰি ৰাজহুৱা স্থানত ধুম-পান কৰা নিষেধ

ಸಮಾನಾರ್ಥಕ : নিবাৰণ, নিষেধ, বাধা, বাধা-নিষেধ, বাৰক, মানা, হাক, হাক-বচন

ಅರ್ಥ : স্বীকাৰ নকৰাৰ ভাব বা কার্য

ಉದಾಹರಣೆ : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে

ಸಮಾನಾರ್ಥಕ : অগ্রাহ্য, অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, প্রত্যাখান, মানা

ಅರ್ಥ : কোনো কথা, বস্তু আদিক স্বীকাৰ নকৰা কার্য

ಉದಾಹರಣೆ : আপুনি মোৰ এই অনুৰোধ অস্বীকাৰ নকৰিব

ಸಮಾನಾರ್ಥಕ : অস্বীকাৰ

নামঞ্জুৰ   বিশেষণ

ಅರ್ಥ : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই

ಉದಾಹರಣೆ : চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে

ಸಮಾನಾರ್ಥಕ : অননুমোদিত, অস্বীকৃত, খাৰিজ, প্রত্যাখ্যাত

ಅರ್ಥ : যিয়ে সহমত পোৱা নাই

ಉದಾಹರಣೆ : এতিয়াও চৰকাৰে এই আঁচনিখন নামঞ্জুৰ কৰিলে

ಸಮಾನಾರ್ಥಕ : অসন্মতি, অস্বীকৃত, সহমতহীন