ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিটো শুনা যায়
ಉದಾಹರಣೆ : এটা তীব্র শ্্ব্দই তাৰ মনোযোগ ভাঙি দিলে
ಸಮಾನಾರ್ಥಕ : অনুনাদ, আৰাও, আৰাৱ, আৱাজ, ডাক, ধ্বনি, নিনাদ, নিস্বান, শ্্ব্দ, স্বন, স্বনন, স্বৰ, ৰণন, ৰাৱ
ಅರ್ಥ : জোৰেৰে হোৱা শ্্ব্দ
ಉದಾಹರಣೆ : শংখৰ নাদৰ পিছত মহাভাৰতৰ যুদ্ধ আৰম্ভ হʼল
ಸಮಾನಾರ್ಥಕ : ধ্বনি
ಅರ್ಥ : কিছু সময় ধৰি বাজি থকা তীব্র ধ্বনি
ಉದಾಹರಣೆ : যুদ্ধৰ নাদ শুনি ভীৰুবোৰৰ বুকু কঁপি উঠিল
ಸಮಾನಾರ್ಥಕ : ঘোষ
ಸ್ಥಾಪನೆ