ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ নাড়ী ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

নাড়ী   বিশেষ্য

ಅರ್ಥ : শৰীৰৰ পৰা কলিজালৈ তেজ অনা-নিয়া কৰা নলী

ಉದಾಹರಣೆ : বেজে নাড়ী পৰীক্ষা কৰিছে

ಸಮಾನಾರ್ಥಕ : ধমনী, শিৰা, সিৰ

ಅರ್ಥ : জৰায়ুজ জন্তুৰ পেটৰ সোমাজত থকা ঘূৰণীয়া খোৰ বা গাঁত যʼত গর্ভাৱস্থাত জৰায়ুনলী লগ-লাগি থাকে

ಉದಾಹರಣೆ : এই কেঁচুৱাটোৰ নাড়ী পকিছে

ಸಮಾನಾರ್ಥಕ : উদৰাবর্ত, নাই, নাড়ি, নাভি, নাভিকুণ্ডল, নাভিকুণ্ডলী, নাভিকূপ, নাভিদেশ, নাভিমণ্ডল, নাভিস্থল

ಅರ್ಥ : শৰীৰত তন্তুময় সংযোগী শিৰাৰে গঠিত হোৱা সেই নলী যি পেশীক হাড় বা অন্য কোনো ভাগৰ সৈতে সংলগ্ন কৰি ৰাখে

ಉದಾಹರಣೆ : আমাৰ শৰীৰত গোৰোহাৰ পিছফালে সকলোতকৈ সবল সিৰাডাল আছে

ಸಮಾನಾರ್ಥಕ : ধমনী, সিৰা

ಅರ್ಥ : প্রাণীৰ পেটৰ ভিতৰত থকা এক বিশেষ নলী যি গুহ্যদ্বাৰলৈকে থাকে আৰু যাৰ মাজেদি মল বা অদৰকাৰী পদার্থ ্ বাহিৰ হৈ যায়

ಉದಾಹರಣೆ : আমিষভোজী মানুহৰ অন্ত্রৰ ভিতৰখন লাহে-লাহে ডাঙৰ হৈ যায়

ಸಮಾನಾರ್ಥಕ : অন্ত্র, অন্ত্রজঠৰ, নাড়ি, নাড়ি-ভুড়ু