ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ৰংগমঞ্চত অভিনেতাই কৰা অংগীভংগী, বেশভূষা আৰু কথোপকথন জৰিয়তে কৰা ঘটনাৰ প্রদর্শন
ಉದಾಹರಣೆ : গায়নৰ লগতে বাদনো নাট্য ক্ষেত্রত আৱশ্যক
ಸಮಾನಾರ್ಥಕ : নাট্য
ಅರ್ಥ : এবিধ সাহিত্যকৃতি যাক ৰংগমঞ্চত অভিনেতা-অভিনেত্রীৰ অঙ্গী-ভঙ্গী, কথোপকথন আদিৰ দ্বাৰা প্রদর্শিত কৰা হয়
ಉದಾಹರಣೆ : তেওঁ লিখা ভালেমান নাটক ৰংগমঞ্চত প্রদর্শিত হৈছে
ಸಮಾನಾರ್ಥಕ : নাট, নাটিকা, নাট্য
ಅರ್ಥ : কাৰোবাক ঠগিবৰ কাৰণে সজা ৰূপ বা কৰা কাম
ಉದಾಹರಣೆ : তেওঁ ্বেমাৰ হোৱাৰ ভাও জুৰি আছে
ಸಮಾನಾರ್ಥಕ : অভিনয়, ভাও জোৰা
ಸ್ಥಾಪನೆ