ಅರ್ಥ : নাকৰ ছিদ্র
ಉದಾಹರಣೆ :
নাসাৰন্ধ্র চাফা নকৰিলে উশাহ লোৱাত কষ্ট হয়
ಸಮಾನಾರ್ಥಕ : নাকৰ বিন্ধা, নাসাৰন্ধ্র, নাসিকা বিবৰ
ಅರ್ಥ : নাকৰ অগ্রভাগত থকা বিন্ধা দুটা
ಉದಾಹರಣೆ :
তেওঁ ্ নাকৰ পাহিত নাকফুলি পিন্ধিছে
ಸಮಾನಾರ್ಥಕ : নাকটি, নাকডেওনা, নাকৰ পাহি, নাকৰ বিন্ধা, নাসাৰন্ধ্র, নাসিকাগ্র