ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ নলা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

নলা   বিশেষ্য

ಅರ್ಥ : পানী বৈ যোৱা সৰু পথ বা সৰু জান

ಉದಾಹರಣೆ : জাবৰ-জোথৰ উটি অহাৰ ফলত নর্দম্াৰ মুখখন বন্ধ হৈ গʼল

ಸಮಾನಾರ್ಥಕ : নর্দম্া, নলী, লোৰ

ಅರ್ಥ : গোল-দীঘলীয়া ফোঁপোলা বস্তু

ಉದಾಹರಣೆ : তেওঁ ্ পাইপেৰে নাৰিকলৰ পানী খাই আছে

ಸಮಾನಾರ್ಥಕ : চুঙা, চুঙী, নল, নলিচা, নলী, পাইপ

ಅರ್ಥ : জলসিঞ্চন, যাত্রা আদিৰ কাৰণে সৰু নদীৰ নিচিনাকৈ ব্যৱস্থা কৰি লোৱা জলপথ

ಉದಾಹರಣೆ : পাহাৰীয়া ঠাইত জান কাটি উলিওৱাটো কঠিন

ಸಮಾನಾರ್ಥಕ : জান, লোৰ

ಅರ್ಥ : বৰষুণৰ পানী বৈ অহা জলপথ

ಉದಾಹರಣೆ : একেৰাহে বৰষুণ হোৱাৰ কাৰণে নলাবোৰ ওপচি পৰিছে

ಸಮಾನಾರ್ಥಕ : নলা-নর্দ্্মা

ಅರ್ಥ : যি নলীৰে লেতেৰা পানী আদি বৈ যায়

ಉದಾಹರಣೆ : ঘৰৰ নর্দ্্মাৰ পৰা ওলোৱা পানী গৈ বাটত একগোট হʼলে বেমাৰৰ উৎপন্ন হʼব পাৰে

ಸಮಾನಾರ್ಥಕ : নর্দ্্মা

ಅರ್ಥ : যাৰ মাজেদি বৰষুণৰ পানী বা ময়লা যুক্ত পানী বৈ যায়

ಉದಾಹರಣೆ : এই নলাটোৰ পানী চহৰৰ দূৰৈৰ এখন নদীত গৈ পৰিছে

ಸಮಾನಾರ್ಥಕ : নলা-নর্দ্্মা