ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ নমুনা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

নমুনা   বিশেষ্য

ಅರ್ಥ : কোনো আদর্শস্বৰূপ ব্যক্তি বা কার্য, ্যাক অনুকৰণ কৰাটো নৈতিকতাৰ ভিতৰত ধৰা হয়

ಉದಾಹರಣೆ : ভগৱান ৰামৰ কার্য আধুনিক যুগৰ মানুহৰ কাৰণে এটা ভাল উদাহৰণ

ಸಮಾನಾರ್ಥಕ : আর্হি, উদাহৰণ, দৃষ্টান্ত, নজিৰ, নিদ্্র্শন

ಅರ್ಥ : কোনো বস্তু সজা বা কোনো কাম আদি কৰাৰ আগতে তৈয়াৰ কৰি লোৱা তাৰ এক ৰূপ

ಉದಾಹರಣೆ : নতুন মেচিনৰ আর্হি তৈয়াৰ কৰা হৈ গৈছে

ಸಮಾನಾರ್ಥಕ : আর্হি, মডেল

ಅರ್ಥ : কোনো পদার্থ আদিৰ প্রকাৰ, গুণ আদিৰ পৰিচয় কৰোৱাৰ কাৰণে তাৰ পৰা উলিওৱা কিছু অংশ

ಉದಾಹರಣೆ : খেতিয়কে শস্যৰ নমুনা মহাজনক দেখুৱালে

ಅರ್ಥ : যিটো দেখি বা সেই অনুসৰি কিবা কৰা বা বনোৱা হয়

ಉದಾಹರಣೆ : বৈজ্ঞানিকসকলে চৰাইৰ নমুনা চাই উৰাজাহাজৰ নি্র্মাণ কৰিছিল

ಸಮಾನಾರ್ಥಕ : আর্হি, ডিজাইন

ಅರ್ಥ : কোনো বিষয়ক স্পষ্টভাৱে কোৱা বা প্রমাণ কৰিবৰ কাৰণে কৰা কোনো জ্ঞাত অন্য বিষয়ৰ উল্লেখ

ಉದಾಹರಣೆ : উদাহৰণ দি বুজালে কোনো বিষয় সোনকালে বুজিব পাৰি

ಸಮಾನಾರ್ಥಕ : উদাহৰণ, দৃষ্টান্ত