ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : তলমুৱা হৈ থকা অৱস্থা বা ভাব
ಉದಾಹರಣೆ : গছজোপা নদীৰফালে নামি আছে
ಅರ್ಥ : নামি যোৱা বা কমি যোৱা
ಉದಾಹರಣೆ : আজি ৰাতিপুৱাহে তেওঁৰ জ্বৰ কমিল
ಸಮಾನಾರ್ಥಕ : কমা
ಅರ್ಥ : ওখ ঠাইৰ পৰা তললৈ অহা কার্য
ಉದಾಹರಣೆ : আইতাই লাহে লাহে খটখটিৰে নামিছে
ಸಮಾನಾರ್ಥಕ : অৱৰোহণ কৰা, নামি অহা
ಅರ್ಥ : মূল্য অৱনমিত হোৱা বা কমি অহা
ಉದಾಹರಣೆ : আজিকালি সোণৰ দাম নামিছে
ಸಮಾನಾರ್ಥಕ : কমা, পৰা
ಸ್ಥಾಪನೆ