ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি প্রবীণ নহয়
ಉದಾಹರಣೆ : নবীন খেলুৱৈসকলেও ভাল খেল প্রদর্শন কৰিছে
ಸಮಾನಾರ್ಥಕ : তৰুণ, নতুন, নবাগত
ಅರ್ಥ : যাৰ আগতে অস্তিত্ব নাই
ಉದಾಹರಣೆ : আমি কোনো নতুন কাম কৰিব লাগে
ಸಮಾನಾರ್ಥಕ : অভিনৱ, নতুন, নৱ
ಅರ್ಥ : যিটো বনোৱা, ওলোৱা বা প্রস্তুত কৰা বেছি দিন হোৱা নাই:বৈজ্ঞানিক ক্ষেত্রত ৰবট এক নতুন আৱিষ্কাৰ
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : অভিনৱ, ন, নতুন, নব্য, নৱ
ಅರ್ಥ : বর্ত্্মান বা এই সময়ৰ বা এই সময়ৰ সৈতে সম্বন্ধিত
ಉದಾಹರಣೆ : আধুনিক ভাৰতীয় সমাজ ভ্রষ্টাচাৰৰ দিশত গতি কৰিছে
ಸಮಾನಾರ್ಥಕ : অপ্রাচীন, আধুনিক, ্অর্বাচীন
ಸ್ಥಾಪನೆ