ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : চোৱা কার্য ্বা ঢং
ಉದಾಹರಣೆ : চাৱনি দেখিয়েই আমি বুজিলো যে তেওঁ বহুত খঙত আছে
ಸಮಾನಾರ್ಥಕ : চাৱনি, দৃষ্টি
ಅರ್ಥ : কোনো বস্তু বা ব্যক্তিক নির্দিষ্ট ঠাইৰ পৰা আঁতৰি নাযাবলৈ আৰু চোৱা-চিতা বা ৰক্ষণাবেক্ষণ দিবৰ কাৰণে নিযুক্ত কৰা প্রহৰীৰ কার্য
ಉದಾಹರಣೆ : প্রহৰীজনে ক্ষীপ্রতাৰে পহৰা দি আছে
ಸಮಾನಾರ್ಥಕ : চকিদাৰি, পহৰা
ಅರ್ಥ : কোনো ধুনীয়া বা প্রিয় মানুহ বা বস্তুৰ ওপৰত পৰা দৃষ্টি বা বেয়া প্রভাৱ
ಉದಾಹರಣೆ : মাকে শিশুটোক মানুহৰ নজৰৰ পৰা বচাবৰ বাবে কপালত কʼলা ফোট দিলে
ಸಮಾನಾರ್ಥಕ : কুদৃষ্টি, বেয়া নজৰ
ಅರ್ಥ : দোষ-গুণৰ সঠিক নি্র্ণয় ্কৰা দৃষ্টি
ಉದಾಹರಣೆ : তেওঁৰ ্নজৰ মানিব লাগিব
ಸ್ಥಾಪನೆ