ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ নগৰ সমিতি ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

নগৰ সমিতি   বিশেষ্য

ಅರ್ಥ : কোনো নগৰৰ কাৰণে ৰাজ্যৰ দ্বাৰা স্থাপিত এক নিগমিত প্রশাসনীয় দল....

ಉದಾಹರಣೆ : নগৰে নগৰৰ পৰা বাহিৰলৈ যোৱা মালবস্তুত কৰ বঢ়াই দিছে

ಸಮಾನಾರ್ಥಕ : নগৰ

ಅರ್ಥ : বিধিসন্মতভাৱে নি্র্বাচিত কৰা কোনো নগৰৰ প্রতিনিধিৰ সেই বিশেষ গোট যি নগৰৰ স্বাস্থ্য, শুচিতা, ৰাষ্টা, ভৱন-নি্র্মাণ, পানীযোগান আদি জনহিতকৰ কামৰ সুব্যৱস্থা কৰে

ಉದಾಹರಣೆ : মুম্বাইৰ নগৰ পালিকা ভাৰতৰ সকলোতকৈ ডাঙৰ নগৰপালিকা

ಸಮಾನಾರ್ಥಕ : নগৰ পালিকা, নগৰপালিকা, মিউনিছিপালিটী