ಅರ್ಥ : কাৰোবাৰ অংগী-ভংগী অথবা কথা বতৰাৰ ভালদৰে কৰা আনুকৰণ
ಉದಾಹರಣೆ :
ডাঙৰৰ নকল কৰা ভাল বুলি ধৰা নহয়
ಅರ್ಥ : কাৰোবাৰ কথা-ব্যৱহাৰ, অংগী-ভংগী আদি ঠিক সেইদৰেই ব্যৱহাৰ কৰা
ಉದಾಹರಣೆ :
শ্যামুৱে নিজৰ ককাদেউতাকৰ নকল কৰে
ಸಮಾನಾರ್ಥಕ : অনুকৰণ কৰা, অনুসৰণ কৰা