ಅರ್ಥ : ধৰা কার্য
ಉದಾಹರಣೆ :
তেওঁৰ ্ধৰাটো ঢিলা হোৱা কাৰণেই মাছটো পানীত জপিয়াই পৰিল
ಅರ್ಥ : মনোভাব আদিক নিয়ন্ত্রণত ৰখা কার্য
ಉದಾಹರಣೆ :
মায়ে ৰাতিপুৱাৰ পৰা ধৰা কথাটো দেউতা অহাৰ লগে লগেই উজাৰি দিলে
ಅರ್ಥ : কিবা কৰি থকা কাৰোবাক কোনো বিশেষ কাৰণত বাধা দিয়া
ಉದಾಹರಣೆ :
নিৰীক্ষকে নকল কৰি থকা পৰীক্ষার্থীক ধৰিলে
ಅರ್ಥ : আক্রান্ত হোৱা
ಉದಾಹರಣೆ :
মোৰ বেয়াকৈ পানীলগাই ধৰিছে
ಅರ್ಥ : কʼৰবালৈ যাবৰ কাৰণে কোনো বাহন বা ৰাস্তাৰ ব্যৱহাৰ কৰা
ಉದಾಹರಣೆ :
মুম্বাইলৈ যাবৰ কাৰণে মই দহ বজাৰ ৰেল ধৰিলো আমি তালৈ যাবৰ কাৰণে এখন ৰিক্সা লʼলোঁ
ಸಮಾನಾರ್ಥಕ : লোৱা
ಅರ್ಥ : কল্পনা কৰা
ಉದಾಹರಣೆ :
আমি প্রশ্নৰ সমাধান কৰিবৰ কাৰণে ক আৰু খ-ক অজ্ঞাত ৰাশি স্থানত ধৰিছোঁ
ಸಮಾನಾರ್ಥಕ : কল্পনা কৰা, ধৰি লোৱা
ಅರ್ಥ : কʼৰবালৈ যাবৰ বাবে বাহন আদিৰ ওচৰ পোৱা
ಉದಾಹರಣೆ :
পলম হোৱাৰ কাৰণে আমি দহ বজাৰ বাচ ধৰিব নোৱাৰিলো
ಅರ್ಥ : কোনো বস্তু পৰি নোযোৱাকৈ বা এৰাব নোৱাৰাকৈ হাতত লোৱা কার্য
ಉದಾಹರಣೆ :
ৰাস্তাটো পাৰ কৰাবৰ কাৰণে ককাদেউতাকে শিশুটোৰ হাতত ধৰিলে