ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
ಉದಾಹರಣೆ : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
ಸಮಾನಾರ್ಥಕ : অৱস্থা, গতি, গতিক, দশা, ধৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ
ಅರ್ಥ : থকা বা বাস কৰাৰ ক্রিয়া বা ভাৱ
ಉದಾಹರಣೆ : গাওঁ আৰু চহৰৰ ধৰণ-কৰণত বহুত প্রভেদ থাকে
ಸಮಾನಾರ್ಥಕ : চাল-চলন
ಅರ್ಥ : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ
ಉದಾಹರಣೆ : তেওঁৰ ব্যৱহাৰ ভাল নহয়
ಸಮಾನಾರ್ಥಕ : আচৰণ, আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, চাল-চলন, ব্যৱহাৰ, মতি-বুদ্ধি, স্বভাৱ, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ
ಅರ್ಥ : মনৰ ভাব প্রকটিত হোৱা শৰীৰৰ এক স্থিতি
ಉದಾಹರಣೆ : সহযাত্রীৰ আচৰণ দেখি আমি সচকিত হৈ পৰিলোঁ
ಸಮಾನಾರ್ಥಕ : আচৰণ, ব্যৱহাৰ
ಸ್ಥಾಪನೆ