ಅರ್ಥ : ধোৱা কাম
ಉದಾಹರಣೆ :
গীতাই কাপোৰ ধুই আছে
ಅರ್ಥ : ধোৱা কাম
ಉದಾಹರಣೆ :
শ্রমিকবোৰে ইটাবোৰ ধোৱা কাম কৰি আছে
ಅರ್ಥ : কাপোৰ চফা কৰা কার্য
ಉದಾಹರಣೆ :
শীলাই কাপোৰ ধুই আছে
ಅರ್ಥ : পানী, চাবোন আদিৰে কাপোৰ আদি চফা কৰা কার্য
ಉದಾಹರಣೆ :
এচামোচ পাউদাৰেৰে ইমান সোপা কাপোৰ ধোৱা হʼল
ಅರ್ಥ : পানী, চাবোন আদিৰে চফা কৰা বা ধোৱা
ಉದಾಹರಣೆ :
আজিকালি মেচিনত কাপোৰ ধোৱা হয়
ಅರ್ಥ : পানী বা কোনো তৰল পদার্থৰ ্ সহায়ত কোনো বস্তুৰ পৰা ময়লা, ধূলি আদি ্ আঁতৰোৱা কার্য
ಉದಾಹರಣೆ :
শ্যামাই সাধুজনৰ ভৰি ধুই দিছে
ಸಮಾನಾರ್ಥಕ : ধুই দিয়া, পখালা, পখালি দিয়া
ಅರ್ಥ : বাচন-বর্তন, ্কাপোৰ আদি পানীত ধোৱা
ಉದಾಹರಣೆ :
তেওঁ ্কাপোৰখন ধুলে আৰু শুকাবৰ কাৰণে ৰʼদত মেলি দিলে
ಸಮಾನಾರ್ಥಕ : ধোৱা-পখলা কৰা, প্রক্ষালন কৰা