ಅರ್ಥ : যি চঞ্চল নহয়
ಉದಾಹರಣೆ :
মানুহজন গম্ভীৰ স্বভাৱৰ
ಸಮಾನಾರ್ಥಕ : অচঞ্চল, অচপল, গপচ, গম্ভীৰ, গহীন, গহীন-গম্ভীৰ, গুৰু-গম্ভীৰ, সুগম্ভীৰ, স্থিৰ
ಅರ್ಥ : ধৈর্য ধৰিব পৰাজন বা যি ্ ধৈর্য ধৰিব পাৰে
ಉದಾಹರಣೆ :
ধৈর্যশীল মানুহে হাজাৰ কষ্টকৰ কামো সুকলমে কৰিব পাৰে
ಸಮಾನಾರ್ಥಕ : ধীৰ-স্থিৰ, ধৈর্যশীল, শান্ত, ্ধৈর্যব্ান