ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : পৰলোক, ঈশ্বৰ আদিৰ সম্বন্ধীয় এক বিশেষ বিশ্বাস আৰু উপাসনাৰ বিশেষ প্রণালী
ಉದಾಹರಣೆ : হিন্দুধর্মৰ সকলোতকৈ ডাঙৰ বিশেষত্ব হʼল যে ই সকলো ধর্মৰ প্রতি সহনশীল
ಸಮಾನಾರ್ಥಕ : ধর্ম্ম, ধৰম
ಅರ್ಥ : সদায় আচৰণ কৰি লাভ কৰা এক ব্যৱহাৰিক নিয়ম:তেওঁ পুৱা সদায় সোনকালে উঠা অভ্যাস
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : অভ্যাস, আত্মভাব, গুণ, চৰিত্র, ধাত, প্রকৃতি, প্রবণতা, প্রবৃতি, প্রবৃত্তি, স্বভাৱ, স্বৰূপ
ಅರ್ಥ : যি ্ কর্মৰদ্ব্াৰা মন সন্তোষিত হয় বা স্বর্গল্াভ হʼব বুলি বিশ্বাস কৰা যায়
ಉದಾಹರಣೆ : দুখীয়ালোকৰ সেৱা কৰাই সকলোতকৈ ডাঙৰ ধর্ম
ಸಮಾನಾರ್ಥಕ : ধর্মকর্ম, ধৰম, পুণ্য, পুণ্যকর্ম
ಅರ್ಥ : সেই সমাজ বা সমূদায় যি দৈৱিক শক্তিত নিজৰ বিশ্বাস দর্শাই বা যি দৈৱিক শক্তিত বিশ্বাস ৰাখে
ಉದಾಹರಣೆ : মুহম্মদ চাহেবে মুছলিম ্ধর্মৰ প্রতিষ্ঠা কৰিছিল
ಸಮಾನಾರ್ಥಕ : ধৰম
ಅರ್ಥ : কোনো জাতি, ্বর্গ, পদ আদিৰ কাৰণে নিশ্চিত কৰি থোৱা কার্য ্বা আচৰণ
ಉದಾಹರಣೆ : প্রজাৰ ৰক্ষা কৰাই ৰজাৰ প্রকৃত ধর্ম
ಸಮಾನಾರ್ಥಕ : কর্তব্য, ধৰম
ಸ್ಥಾಪನೆ